প্ৰত্যাহ্বান Class 7 Assamese Lesson 10 Question Answer.

Lokesh Chandra Das

Heading with Bright Purple Background
SEBA Class 7 Assamese Chapter 10: 'প্রত্যাহ্বান' – Complete Questions and Answers

SEBA Class 7 Assamese (MIL) Chapter 10: প্রত্যাহ্বান – Questions and Answers by Digital Pipal Academy

Digital Pipal Academy presents clear and concise solutions for SEBA Class 7 Assamese (MIL) Chapter 10: প্রত্যাহ্বান. Our expert faculty has prepared these answers to help students understand the chapter’s core themes, characters, and moral lessons in an easy-to-follow manner.

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group.

(যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা)

Join Our WhatsApp Group

 

Following the Assam State Board syllabus for 2025-2026, our solutions cover all important questions to help students prepare effectively for their exams. With our step-by-step explanations, students can improve their understanding, answer writing skills, and perform well in exams. Trust Digital Pipal Academy for reliable and high-quality educational support!

 

Class 7 Assamese Question Answer – All Chapters

Below are the chapters of Class 7 Assamese. Click on the chapter name to access the respective question-and-answer content:

  1. তেজৰে কমলাপতি
  2. কালিকা লগা পাট – কাপোৰ
  3. পণ্ডিত আনন্দৰাম বৰুৱা
  4. জনমভূমি
  5. বিজ্ঞান আৰু আমাৰ মানসিকতা
  6. নোকোৱাৰ পৰিণাম
  7. জতুৱাৰ জঁট
  8. মিছাইল মানৱ
  9. অসম
  10. প্ৰত্যাহ্বান
  11. গছ ভালপোৱা ককাৰ খং
  12. নামৰ বেবেৰিবাং
  13. প্ৰাকৃতিক দূৰ্যোগ
  14. বিদ্যা
  15. গড় গাঁও
 


প্ৰত্যাহ্বান


১) পাঠটোৰ তিনিটা খণ্ড মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

ক) সৰু কালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল ?

উত্তৰঃ- কিছুমানলোকে তেওঁক সমৰ্মিতাৰে আকোঁৱালি লৈছিল আৰু আন কিছুমানে আকৌ তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল । এইদৰে প্ৰিন্সি গগৈয়ে সৰু কালত ওচৰ – চুবুৰীয়া আৰু সমাজৰ পৰা ব্যৱহাৰ পাইছিল ।

 

খ) বিদ্যালয়ত নাম ভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল ?

উত্তৰঃ- এখন বিদ্যালয়ে তেওঁক নামভৰ্তি কৰিবলৈ দিয়া নাছিল ।

 

গ) পঢ়া- শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি কি ৰাপ আছিল ?

উত্তৰঃ- পঢ়া- শুনাৰ লগতে প্ৰিন্সি গগৈ  ছবি অংকন কৰা আৰু গান গোৱাত ৰাপ আছিল ।

 

ঘ) দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাৰ মনত কি ভাব জাগি উঠিছিল ?

উত্তৰঃ- দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাই দিব্য়াংগ সকলৰ বাবে এজোপা বৰ গছ হৈ ছাঁ দিব বিচাৰিছে। অৰ্থাৎ, তেওঁ লোকৰ বাবে অন্ন, পানী, বস্ত্ৰ আৰু আৱাস নিশ্চিত কৰাৰ সপোন দেখিছে। তেওঁলোকৰ সম্ভাৱক সাকাৰ ৰূপ দিয়াৰ তেওঁৰ এক পৰিকল্পনা আছে ।

 

ঙ) সংগ্ৰামজ্যোতিয়ে ক'ত চিত্ৰকলাৰ প্ৰাৰম্ভণি শিক্ষা লাভ কৰিছিল  ?

উত্তৰঃ- সংগ্ৰামজ্যোতিয়ে গুৱাহাতীৰ আটিৰ্ষ্ট গীল্ডত তেওঁ চিত্ৰকলাৰ প্ৰাৰম্ভণী শিক্ষা লাভ কৰিছিল ।

 

চ) সংগ্ৰামজ্যোতি কি বিষয়ত পাৰদৰ্শী ?

উত্তৰঃ সংগ্ৰামজ্যোতি চিত্ৰকলাত পাৰদৰ্শী ।

 

ছ) আপোনাৰ দৰে মোৰো দুখন হাত আছিল ,-কবিতাটি কোনে ৰচনা কৰিছিল ?

উত্তৰঃ-  আপোনাৰ দৰে মোৰো দুখন হাত আছিল, কবিতাটি-  জুলী বৰুৱাই ৰচনা কৰিছিল ।


 

২) উত্তৰ লিখা ।

ক) কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আকোঁৱালি লৈছিল  ?

উত্তৰঃ- সোণাৰীৰ ৰজাঢাপ বিদ্য়ালয়ে প্ৰিন্সি গগৈক আকোঁৱালি লৈছিল ।

 

খ) এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰো 

    -ইয়াত জুলি বৰুৱাই কাক ছাঁ দিব বিচাৰিছে ?

 

উত্তৰঃ- ইয়াত জুলি বৰুৱাই দিব্য়াংগ সকলক ছাঁ দিব বিচাৰিছে ।

কাৰণ দিব্যাংগসকল বিভিন্ন অৱহলাৰ পাত্ৰ ।


৪) বিপৰীতাৰ্থক শব্দ লিখা ।

এন্ধাৰ, সফল, স্বাভাৱিক, জাগ্ৰত, অমংগল, সক্ষম, আনুষ্ঠানিক ।

উত্তৰঃ-  


          

৫) যুৰীয়া শব্দবোৰ পাঠটোৰ পৰা বিচাৰি লিখা 

উত্তৰঃ-   ধোৱা -কোৱা 

                    

৬) বাক্যৰচনা কৰা ।

আনুষ্ঠানিক , গতিপথ , প্ৰচেষ্টা, যন্ত্ৰণা , কৰ্তব্য , প্ৰশংসা

উত্তৰঃ

আনুষ্ঠানিক – আমাৰ গাঁৱত এখন আনুষ্ঠানিক সভা আয়োজন কৰিছিল।

 

গতিপথ –সৌৰজগতৰ গ্ৰহ – নক্ষত্ৰবোৰে নিজ নিজ গতিপথৰে গতি কৰি আছে।


প্ৰচেষ্টা – মহাকাশলৈ যান পঠিয়াবলৈ বিজ্ঞানীসকলে কঠোৰ প্ৰচেষ্টা  চলাই আছে ।

 

যন্ত্ৰণা – ৰোগীজনে বহুত যন্ত্ৰণাত ভুগিছে ।

কৰ্তব্য – বুঢ়া বয়সত সন্তানে মাক – দেউতাকৰ প্ৰতি দায়িত্ব লোৱাটো এক বিশাল কৰ্তব্য ।

প্ৰশংসা – ভাল কাম কৰিলে আনৰ প্ৰশংসাৰ পাত্ৰ হ'ব ।

Lokesh Chandra Das Profile Image

About the Author

Lokesh Chandra Das is a passionate Teacher at Digital Pipal Academy. An expert in Chemistry, he creates engaging video lectures and offers insightful content to help students excel in their studies. Lokesh also specializes in typing and preparing educational material for the academy.

Note for Users

If you find any incorrect answers, please notify us via Instagram at @pipalacademy or email us at info@pipalacademy.com. For content that may infringe copyright, kindly refrain from copying our content. Thank you for supporting Digital Pipal Academy!

যদি আপুনি কোনো ভুল উত্তৰ পায়, অনুগ্ৰহ কৰি আমাক @pipalacademy ইনষ্টাগ্ৰামৰ জৰিয়তে অৱগত কৰক অথবা info@pipalacademy.com ইমেইলৰ মাধ্যমে আমাক যোগাযোগ কৰক। কপিৰাইট উলংঘা কৰিব পৰা বিষয়বস্তুৰ বাবে, আমাৰ বিষয়বস্তু কপি কৰাৰ পৰা বিৰত থাকক। ডিজিটেল পিপাল একাডেমীক সহায় কৰাৰ বাবে ধন্যবাদ!

Join Our WhatsApp Group

Author Picture

Sudev Chandra Das (B.Sc. Mathematics)

Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I've dedicated myself to guiding students toward better education. I believe, 'Success comes from preparation, hard work, and learning from failure.' Let’s embark on a journey of growth and digital excellence together!.

 



For any queries, feel free to reach us at info@pipalacademy.com.

Our website uses cookies to enhance your experience. Learn More
Accept !