গছ ভালপোৱা ককাৰ খং Class 7 Assamese Lesson 11 Question Answer

Lokesh Chandra Das

Heading with Bright Purple Background
SEBA Class 7 Assamese Chapter 11: 'গছ ভালপোৱা ককাৰ খং' – Complete Questions and Answers

SEBA Class 7 Assamese (MIL) Chapter 11: গছ ভালপোৱা ককাৰ খং – Questions and Answers by Digital Pipal Academy

Digital Pipal Academy provides well-structured and easy-to-understand solutions for SEBA Class 7 Assamese (MIL) Chapter 11: গছ ভালপোৱা ককাৰ খং. Our expert faculty has prepared these answers to help students grasp the key themes, moral lessons, and deeper meanings of the chapter effectively.

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group.

(যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা)

Join Our WhatsApp Group

 

Aligned with the Assam State Board syllabus for 2025-2026, our solutions cover all important questions to ensure thorough exam preparation. With our step-by-step explanations, students can confidently approach their studies, improve their answer writing, and excel in their exams. Count on Digital Pipal Academy for quality educational support!

Class 7 Assamese Question Answer – All Chapters

Below are the chapters of Class 7 Assamese. Click on the chapter name to access the respective question-and-answer content:

  1. তেজৰে কমলাপতি
  2. কালিকা লগা পাট – কাপোৰ
  3. পণ্ডিত আনন্দৰাম বৰুৱা
  4. জনমভূমি
  5. বিজ্ঞান আৰু আমাৰ মানসিকতা
  6. নোকোৱাৰ পৰিণাম
  7. জতুৱাৰ জঁট
  8. মিছাইল মানৱ
  9. অসম
  10. প্ৰত্যাহ্বান
  11. গছ ভালপোৱা ককাৰ খং
  12. নামৰ বেবেৰিবাং
  13. প্ৰাকৃতিক দূৰ্যোগ
  14. বিদ্যা
  15. গড় গাঁও

 

 

গছ ভালপোৱা ককাৰ খং

 

৩) কোৱা আৰু লিখা-

ক) কবিতাটোত কাৰ বিয়াৰ কথা কৈছে ?

উত্তৰঃ- কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে ।

 

খ) আমলখি গছজোপা কিয় কাটিলে ?

উত্তৰঃ আমলখি গছজোপা বিয়াৰ ৰভা দিবলৈ কাটিলে ।

 

গ) কোনে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে ?

উত্তৰঃ- বোৱাৰীয়ে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে ।

 

ঘ) সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে ?

উত্তৰঃ- আমলখি গছজোপা সহজে ঘূৰাই নাপাব বুলি ককাই কৈছে ।

 

 

৪) কোৱা আৰু লিখা -

ক) বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল ?

উত্তৰঃ- যেতিয়া ককাই বিয়া খাবলৈ গৈ দেখিছিল যে - আমলখি গছজোপা কাটি বিয়াৰ ৰভা খুটা কৰি পুতি থৈছে  তেতিয়া ককাৰ খং উঠিছিল ।

 

খ) বিয়া ঘৰত ককাই কিয় একো নাখালে ?

উত্তৰঃ- গছজোপা কটাৰ বাবে ককাই বিয়াৰ ঘৰত একো নাখালে ।

 

গ) খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল ?

উত্তৰঃ- খং উঠাৰ পাছতো ককাই দৰাক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিল।

 

৫) তলৰ কবিতা ফাকি গদ্যৰূপত লিখা-

    আলহী - অতিথি যাব

        ৰভা নাইকিয়া হ'

   বোৱাৰীয়ে ঘৰখন

         দিবহি পূৰাই ,

   পিছে কোৱাচোন ৰঘুনাথ

         আমলখি গছজোপা

   সহজতে পাবানে ঘূৰাই   ?

 

 উত্তৰঃ এই কথাষাৰ অৰ্থ হৈছে যেতিয়া বিয়াখন হোৱাৰ পিছত বিয়ালৈ অহা আলহীবিলাক গুচি যাব আৰু ঘৰখন খালি খালি যেন লাগিব কিন্তু বোৱাৰী আহি ঘৰখন পূৰাই দিব কিন্তু কটা আমলখি গছজোপা পুনৰ ঘূৰাই পোৱা নাযাব ।                        

৬) কবিতাটোৰ মূলভাব লিখা ।

উত্তৰঃ কবিতাটোৰ মূলভাৱ হৈছে ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভা খন  দিবৰ কাৰণে আমলখি গছডাল কাটিবলগীয়া হ'ল। এই কাণ্ড দেখি গছ ভালপোৱা ককাজনৰ খং উঠিল আৰু তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি নিজৰ খং আৰু মনৰ ভাৱ ৰঘুনাথৰ আগত প্ৰকাশ কৰি কয় যে কটা আমলখি গছডাল ঘূৰাই পোৱা নাযাব। সেইকাৰণে তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়াত একো নাখালে আৰু দৰাটিক আৰ্শীবাদ দি গুচি গ'ল ।


৭) বাক্য ৰচনা কৰা ।

এজোলোকা  - ককাই দৰাটোক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিলে ।

আলহী - অতিথি  - বিহুত ৰামৰ ঘৰত আলহী - অতিথি আহিছিল।

আশীৰ্বাদ - বিহুত আইতাই ৰাণীক আশীৰ্বাদ দিলে ।

সহজতে  - গছ এজোপা কাটিলে সহজতে পোৱা নাযায় ।

ঘূৰাই- আমাৰ প্ৰয়োজনীয় বস্তুবিলাক হেৰালে সহজতে পুনৰ ঘূৰাই পোৱা নাযায় ।

ৰভা  - ৰহিমে ৰভাখন দিবলৈ  নাৰিকল গছজোপা কাটি পেলালে ।

 

 

৮) ক অংশৰ লগত খ অংশ মিলোৱা ।

ক অংশ               খ অংশ 

ৰভা   -       কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ  নিৰ্মাণ কৰা চালি 

দৰা   -       বৰ 

গছ     -       বৃক্ষ 

ঔষধ   -       দৰব    


Lokesh Chandra Das Profile Image

About the Author

Lokesh Chandra Das is a passionate Teacher at Digital Pipal Academy. An expert in Chemistry, he creates engaging video lectures and offers insightful content to help students excel in their studies. Lokesh also specializes in typing and preparing educational material for the academy.

Note for Users

If you find any incorrect answers, please notify us via Instagram at @pipalacademy or email us at info@pipalacademy.com. For content that may infringe copyright, kindly refrain from copying our content. Thank you for supporting Digital Pipal Academy!

যদি আপুনি কোনো ভুল উত্তৰ পায়, অনুগ্ৰহ কৰি আমাক @pipalacademy ইনষ্টাগ্ৰামৰ জৰিয়তে অৱগত কৰক অথবা info@pipalacademy.com ইমেইলৰ মাধ্যমে আমাক যোগাযোগ কৰক। কপিৰাইট উলংঘা কৰিব পৰা বিষয়বস্তুৰ বাবে, আমাৰ বিষয়বস্তু কপি কৰাৰ পৰা বিৰত থাকক। ডিজিটেল পিপাল একাডেমীক সহায় কৰাৰ বাবে ধন্যবাদ!

Join Our WhatsApp Group

Author Picture

Sudev Chandra Das (B.Sc. Mathematics)

Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I've dedicated myself to guiding students toward better education. I believe, 'Success comes from preparation, hard work, and learning from failure.' Let’s embark on a journey of growth and digital excellence together!.


For any queries, feel free to reach us at info@pipalacademy.com.

 

Our website uses cookies to enhance your experience. Learn More
Accept !