নামৰ বেবেৰিবাং Class 7 Assamese Lesson 12 Question Answer

Lokesh Chandra Das

Heading with Bright Purple Background
SEBA Class 7 Assamese Chapter 12: 'নামৰ বেবেৰিবাং' – Complete Questions and Answers

SEBA Class 7 Assamese (MIL) Chapter 12: নামৰ বেবেৰিবাং – Questions and Answers by Digital Pipal Academy

Digital Pipal Academy offers detailed and easy-to-follow solutions for SEBA Class 7 Assamese (MIL) Chapter 12: নামৰ বেবেৰিবাং. Our expert faculty has designed these answers to help students understand the chapter’s humor, storyline, and underlying message effectively.

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group.

(যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা)

Join Our WhatsApp Group

 

Prepared as per the Assam State Board syllabus for 2025-2026, our solutions cover all key questions, ensuring students are well-prepared for their exams. With clear explanations and step-by-step guidance, students can enhance their understanding and improve their performance. Trust Digital Pipal Academy for the best educational resources!

Class 7 Assamese Question Answer – All Chapters

Below are the chapters of Class 7 Assamese. Click on the chapter name to access the respective question-and-answer content:

  1. তেজৰে কমলাপতি
  2. কালিকা লগা পাট – কাপোৰ
  3. পণ্ডিত আনন্দৰাম বৰুৱা
  4. জনমভূমি
  5. বিজ্ঞান আৰু আমাৰ মানসিকতা
  6. নোকোৱাৰ পৰিণাম
  7. জতুৱাৰ জঁট
  8. মিছাইল মানৱ
  9. অসম
  10. প্ৰত্যাহ্বান
  11. গছ ভালপোৱা ককাৰ খং
  12. নামৰ বেবেৰিবাং
  13. প্ৰাকৃতিক দূৰ্যোগ
  14. বিদ্যা
  15. গড় গাঁও

 

 

নামৰ বেবেৰিবাং


৪) তলৰ শব্দসমূহৰ অৰ্থ কাড়ঁ চিন দি মিলোৱা ।

 
 
    
৫) উত্তৰ লিখা-
 ক) নিধনীৰামৰ ঘৰ কত আছিল ?
 উত্তৰঃ- নিধনীৰামৰ ঘৰ সোণাপুৰত আছিল ।
 খ) নিধনীৰাম অভাৱী আছিল নেকি ?
 উত্তৰঃ- নহয়, নিধনীৰাম অভাৱী নাছিল ।
 গ) মানুহজনে কাটি থকা গছজোপাৰ নাম কি ?
 উত্তৰঃ- মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা ।
 ঘ) হালোৱা মানুহজনৰ নাম কি আছিল ?
 উত্তৰঃ- হালোৱা মানুহজনৰ নাম মৰা আছিল ।
 ৬) কোনে, কাক কৈছিল কোৱা- 
 ক) এই জোপা কি গছহে ককাই ?
 উত্তৰঃ- নিধনীৰামে গিৰিহঁতক কৈছিল।
 খ) পাৰোঁতোন নিজৰা ।
 উত্তৰঃ- লৰা-ছোৱালীজাকে নিধনীৰামক কৈছিল ।
 গ) মোৰ নাম মৰা ।
 উত্তৰঃ- হালবাই থকা মানুহজনে নিধনীৰামক কৈছিল ।
 ঘ) বোলো কোৱা কি । তুমি দেখোন জিয়া, মৰা হ'লা কেনেকৈ ?’
 উত্তৰঃ- নিধনীৰামে হালবাই থকা মানুহজনক কৈছিল ।
 
 ধ) জকাই বাইছোহেঁ বাইছোঁ , খলিহা - পুঠী এটাও পোৱা নাই দেউতা
 উত্তৰঃ- লখিমীয়ে নিধনীৰামক কৈছিল ।
 ৮) নিধনীৰামে শেষত ভাবা যোজনা ফাকিৰ অৰ্থ লিখা ।
 উত্তৰঃ- অমৰা মৰে , নিজৰা জৰে

মৰাই বাই হাল  ,

লখিমীয়ে পিন্ধে ফটাকানি

মই নিধনী হোৱাই ভাল ।

অৱশেষত নিধনিৰামে ভাবিলে যে মানুহৰ নামৰ দ্বাৰা একো নহয় মানুহৰ গুণ বা কামৰ দ্বাৰাহে মানুহে উন্নতি কৰিব পৰা যায় ।

৯) ক , অংশৰ লগত খ , অংশ মিলোৱা।

ক-অংশ খ-অংশ
গোহালীত গৰু
পুখুৰীত মাছ
বাৰীত তামোল-পাণ
ভঁৰাল ধান
চালত কোমোৰা
ফুলনি ফুল

১১) ক অংশৰ খ অংশ লগ লগাই যুৰীয়া শব্দ গঠন কৰা।

ক-অংশ খ-অংশ
ভাই ভনী
আই বোপাই
পেহা পেহী
জী জোঁৱাই
শাহু শহু
তাৱৈ আমৈ


১২) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা

ভাল     -    বেয়া              নালাগে  - লাগে                           

জীয়া     -    মৰা              নুটুটে    - টুটে ।

নিধনী    -    ধনী              নোৱাৰে   - পাৰে

বহল     -    ঠেক             নেমাতিলে  - মাতিলে

 ১৩) বাক্য ৰচনা কৰা

গা বেজবেজাই যায় , ডাল- দৰিদ্ৰ  , ভেকাৰি মাৰ , গা নচুৱাই ফুৰ 

(ক) গা বেজবেজাই যা- ৰহিমৰ অকস্মাতে হোৱা মৃত্য়ুৰ কথা শুনি ৰাজৰ গা বেজবেজাই যায়।

(খ) ডাল-দৰিদ্ৰ -দৰিদ্ৰ লোকক সহায় কৰিব লাগে

(গ) ভেকাহি মাৰঃ অভদ্ৰ ল'ৰাজনে পংগু ল'ৰাটোক দেখি লগৰবোৰক ভেকাহি মাৰ বুলি ক'লে

(ঘ) গা নচুৱাই ফুৰঃ মাকে নেহাক কাম-বন নকৰি গা নচুৱাই ফুৰ বুলি ঠাট্টা কৰিলে

খ) শব্দ গঠন কৰা  

উত্তৰঃ-

জ্ঞান  +    =  জ্ঞানী      মান  + ঈ   =  মানী

দান   +    =  দানী        সুখ  +   =  সুখী

গুণ   +    =  গুণী         দুখ  +   =  দুখী

Lokesh Chandra Das Profile Image

About the Author

Lokesh Chandra Das is a passionate Teacher at Digital Pipal Academy. An expert in Chemistry, he creates engaging video lectures and offers insightful content to help students excel in their studies. Lokesh also specializes in typing and preparing educational material for the academy.

Note for Users

If you find any incorrect answers, please notify us via Instagram at @pipalacademy or email us at info@pipalacademy.com. For content that may infringe copyright, kindly refrain from copying our content. Thank you for supporting Digital Pipal Academy!

যদি আপুনি কোনো ভুল উত্তৰ পায়, অনুগ্ৰহ কৰি আমাক @pipalacademy ইনষ্টাগ্ৰামৰ জৰিয়তে অৱগত কৰক অথবা info@pipalacademy.com ইমেইলৰ মাধ্যমে আমাক যোগাযোগ কৰক। কপিৰাইট উলংঘা কৰিব পৰা বিষয়বস্তুৰ বাবে, আমাৰ বিষয়বস্তু কপি কৰাৰ পৰা বিৰত থাকক। ডিজিটেল পিপাল একাডেমীক সহায় কৰাৰ বাবে ধন্যবাদ!

Join Our WhatsApp Group
Author Picture

Sudev Chandra Das (B.Sc. Mathematics)

Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I've dedicated myself to guiding students toward better education. I believe, 'Success comes from preparation, hard work, and learning from failure.' Let’s embark on a journey of growth and digital excellence together!.


 

For any queries, feel free to reach us at info@pipalacademy.com.

Our website uses cookies to enhance your experience. Learn More
Accept !