SEBA Class 7 Assamese (MIL) Chapter 13: প্ৰাকৃতিক দুৰ্যোগ – Questions and Answers by Digital Pipal Academy
Digital Pipal Academy presents comprehensive and easy-to-understand solutions for SEBA Class 7 Assamese (MIL) Chapter 13: প্ৰাকৃতিক দুৰ্যোগ. These solutions are carefully crafted by our expert faculty to help students understand the causes, effects, and preventive measures related to natural disasters discussed in the chapter.
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group.
(যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা)
Join Our WhatsApp Group
Aligned with the Assam State Board syllabus for 2025-2026, these answers cover all important questions to ensure thorough preparation for exams. With our step-by-step guidance, students can enhance their understanding, write better answers, and achieve academic success. Trust Digital Pipal Academy for quality educational support!
Class 7 Assamese Question Answer – All Chapters
Below are the chapters of Class 7 Assamese. Click on the chapter name to access the respective question-and-answer content:
- তেজৰে কমলাপতি
- কালিকা লগা পাট – কাপোৰ
- পণ্ডিত আনন্দৰাম বৰুৱা
- জনমভূমি
- বিজ্ঞান আৰু আমাৰ মানসিকতা
- নোকোৱাৰ পৰিণাম
- জতুৱাৰ জঁট
- মিছাইল মানৱ
- অসম
- প্ৰত্যাহ্বান
- গছ ভালপোৱা ককাৰ খং
- নামৰ বেবেৰিবাং
- প্ৰাকৃতিক দূৰ্যোগ
- বিদ্যা
- গড় গাঁও
প্ৰাকৃতিক দুৰ্যোগ
১। উত্তৰ দিয়া ।
ক) অসমত প্রলয়ংকৰী ভূমিকম্প হোৱা চন দুটা কি কি ?
উত্তৰঃ ১৮৯৭ আৰু ১৯৫০ চনত অসমত প্ৰলয়ংকৰী ভূমিকম্প হৈছিল ।
খ ) ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক’ত আছিল ?
উত্তৰঃ ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তি স্থল হ'ল - খাছীয়া জয়ন্তীয়া পাহাৰ ।
গ ) ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল ?
উত্তৰঃ ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত হৈছিল ।
ঘ) কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্রকোপ বাঢ়িল ?
উত্তৰঃ ১৯৫০ চনত হোৱা ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল ।
২। তলৰ প্ৰশ্নকেইটা আলাচোনা কৰি উত্তৰ লিখা ।
( ক ) চানডুবি বিল কেনেকৈ সৃষ্টি হ’ল ?
উত্তৰঃ ১৮৯৭ চনত হোৱা ভূমিকম্পটোতেই এই পাহাৰ চানডুবি বিললৈ পৰিণত হ'ল ।
( খ ) ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল ?
উত্তৰঃ ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত অসমত বানপানীৰ প্ৰকোপ বাঢ়িল আৰু বহুত নদীৰ গতিপথ সলনি হৈছিল। এই বৰ ভূমিকম্পতেই গছ- গছনিৰে ভৰ পূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল ।
( গ ) ‘ছুনামি’ কি ?
উত্তৰঃ সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ কাৰণে পানীত ওপৰত সৃষ্টি হোৱা প্ৰৱল ঢৌক ছুনামি বুলি কোৱা হয় ।
( ঘ ) ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্রভাৱ পেলাইছিল ?
উত্তৰঃ ভাৰতবৰ্ষত ২০০৪ চনৰ ২৬ ডিচেম্বৰত এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক ছুনামিৰ সৃষ্টি কৰিছিল ।
খ -ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ )
৩। তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা ।
পাহাৰ বনভোজ চানডুবি বিল আতংক ভূমিকম্প
উত্তৰঃ
পাহাৰ = পাহাৰ এখনে ঠাই এখনৰ সৌন্দৰ্য বঢ়ায় ।
বনভোজ = কালিলৈ ৰামহঁত বনভোজ খাবলৈ যাব ।
চানডুবি বিল = চানডুবি বিল এসময়ত পাহাৰ আছিল ।
আনন্দ = ল'ৰাবিলাকে আনন্দ মনেৰে খেলি আছে ।
আতংক = ক'ৰণা মহামাৰীৰ ফলত গোটেই বিশ্ৱত আতংকৰ সৃষ্টি হৈছে ।
ভূমিকম্প = ভূমিকম্পই মানুহৰ অতি ক্ষতি-সাধন কৰে।
৪) উদাহৰণৰ দৰে শব্দগঠন কৰা আৰু অৰ্থ যানি লোৱা ।
ক) সাৱধান - সাৱধানতা ।
বিচ্ছন্ন - বিচ্ছিন্নতা ।
বিভিন্ন - বিভিন্নতা ।
বিশাল - বিশালতা ।
প্ৰসাৰ - প্ৰসাৰতা ।
৫৷ তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা ।
ফৰিদা - হেৰা মনু , তুমি কেনেকৈ যাবা ।
মনু - বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ ।
ফৰিদা- পিছে মই এতিয়া নাযাওঁ দিয়া ।
মনু - বাৰু হ'ব দিয়া ।
ফৰিদা - উঃ , আজি যে কি গৰম ! মনু , মােক ঠাণ্ডা পানী এগিলাচ দিবা নে?
মনু - হয়, দিছোঁ ৰ’বা ।
ফৰিদা - তুমি কাৰ লগত বজাৰলৈ যাবা ?
মনু - মই আৰু শেৱালি একেলগে যাম ।
About the Author
Lokesh Chandra Das is a passionate Teacher at Digital Pipal Academy. An expert in Chemistry, he creates engaging video lectures and offers insightful content to help students excel in their studies. Lokesh also specializes in typing and preparing educational material for the academy.
Note for Users
If you find any incorrect answers, please notify us via Instagram at @pipalacademy or email us at info@pipalacademy.com. For content that may infringe copyright, kindly refrain from copying our content. Thank you for supporting Digital Pipal Academy!
যদি আপুনি কোনো ভুল উত্তৰ পায়, অনুগ্ৰহ কৰি আমাক @pipalacademy ইনষ্টাগ্ৰামৰ জৰিয়তে অৱগত কৰক অথবা info@pipalacademy.com ইমেইলৰ মাধ্যমে আমাক যোগাযোগ কৰক। কপিৰাইট উলংঘা কৰিব পৰা বিষয়বস্তুৰ বাবে, আমাৰ বিষয়বস্তু কপি কৰাৰ পৰা বিৰত থাকক। ডিজিটেল পিপাল একাডেমীক সহায় কৰাৰ বাবে ধন্যবাদ!
Join Our WhatsApp Group
Sudev Chandra Das (B.Sc. Mathematics)
Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I've dedicated myself to guiding students toward better education. I believe, 'Success comes from preparation, hard work, and learning from failure.' Let’s embark on a journey of growth and digital excellence together!.
For any queries, feel free to reach us at info@pipalacademy.com.