বিদ্যা Class 7 Assamese Lesson 14 Question Answer

Lokesh Chandra Das

 

Heading with Bright Purple Background
SEBA Class 7 Assamese Chapter 14: 'বিদ্যা' – Complete Questions and Answers

SEBA Class 7 Assamese (MIL) Chapter 14: বিদ্যা – Questions and Answers by Digital Pipal Academy

Digital Pipal Academy provides detailed and easy-to-follow solutions for SEBA Class 7 Assamese (MIL) Chapter 14: বিদ্যা. Our expert faculty has prepared these answers to help students understand the chapter’s core message about the value and importance of education in life.

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group.

(যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা)

Join Our WhatsApp Group

 

Prepared as per the Assam State Board syllabus for 2025-2026, these solutions cover all significant questions, ensuring effective exam preparation. With our step-by-step explanations, students can enhance their comprehension, write precise answers, and excel in their exams. Rely on Digital Pipal Academy for the best learning resources!

Class 7 Assamese Question Answer – All Chapters

Below are the chapters of Class 7 Assamese. Click on the chapter name to access the respective question-and-answer content:

  1. তেজৰে কমলাপতি
  2. কালিকা লগা পাট – কাপোৰ
  3. পণ্ডিত আনন্দৰাম বৰুৱা
  4. জনমভূমি
  5. বিজ্ঞান আৰু আমাৰ মানসিকতা
  6. নোকোৱাৰ পৰিণাম
  7. জতুৱাৰ জঁট
  8. মিছাইল মানৱ
  9. অসম
  10. প্ৰত্যাহ্বান
  11. গছ ভালপোৱা ককাৰ খং
  12. নামৰ বেবেৰিবাং
  13. প্ৰাকৃতিক দূৰ্যোগ
  14. বিদ্যা
  15. গড় গাঁও

 

 

বিদ্যা

 

 

৩) উত্তৰ লিখা ।

ক) লিখন, কষৰ্ণ আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয়  ? 

উত্তৰঃ- লিখন, কৰ্ষণ  আৰু ৰন্ধন কাম কৰিবলৈ কাপ, হাল আৰু চৰুৰ প্ৰয়োজন হয় ।

 

খ) সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয়  ?

উত্তৰঃ- সুকলমে কাম কৰিবলৈ আহিলা পাতিৰ প্ৰয়োজন হয় ।

 

গ) উদগতিৰ  ঘাই আহিলা কি ?  

উত্তৰঃ- উদগতিৰ ঘাই আহিলা হৈছে বিদ্যা 

 

ঘ) বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে    ?

উত্তৰঃ- বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে                                            

 

ঙ) কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়   ?

উত্তৰঃ- বিদ্যাৰে মন পোহৰাই ললে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয় 

 

চ) পৃথিৱীত নাম জ্বলাবলৈ কি আয়ত কৰিব লাগিব  ?   

উত্তৰঃ- পৃথিৱীত নাম জ্বলাবলৈ বিদ্যা আয়ত কৰিব লাগিব ।

 

ছ) কি কৰিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে  ?

উত্তৰঃ- লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নেৱাৰে ।

 

 

৪) সত্য নে অসত্য লিখা 

ক) কাপ নহলে লিখন কাম কৰিব নোৱাৰি 

উত্তৰঃ- সত্য    

 

খ) বিদ্যাহীন জীবন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে  

উত্তৰঃ- অসত্য ।

 

গ) হাল নহ'লে কৰ্ষণ কৰিব নোৱাৰি ।

উত্তৰঃ- সত্য 

 

ঘ) আগৰ কালৰ খ্যাতিমন্ত লোকসকলো বৰ বিদ্যাৱন্ত নাছিল  

উত্তৰঃ- অসত্য 

 

৫) খালী ঠাই পূৰ কৰা ।

ক) লাগতিয়াল আহিলাপাতি যতনাই নহ'লে কোনো কাম সুকলমে কৰিব নোৱাৰি ।

খ) এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে , এনেবোৰ কামৰো  তেনে সুকীয়া আহিলা আছে ।

গ) বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে,  মানুহে তাৰ ক্ষমতা  লগাবলৈ ঠাই দেখা নাপাই ।

ঘ) কাপ নহ'লে লিখন  কাম কৰিব নোৱাৰি ।

ঙ) বিদ্যাৰে মন পোহৰাই  নহ'লে সংসাৰত কৰ্ম কৰিবলৈ  সুচল নহয় ।

 

 
 
 

উত্তৰ- প্রশ্নত দিয়া শব্দবোৰৰ ভিতৰত ৰান্ধন, কথন, লিখন, দাৱন, পঢ়ন — এই শব্দকেইটা ক্রিয়া বিশেষ্য শব্দ ।

 
 
 
 
 

৮) সমাৰ্থক শব্দবোৰ আঁচ টানি  মিলোৱা 

উত্তৰঃ

সুকলমে         -         অনায়াসে

সুকীয়া           -          পৃথক

বৃথা               -          নিষ্ফল

ফৰকাল         -          পৰিষ্কাৰ

পোহৰ           -          আলোক

লাগতিয়াল     -          প্ৰয়োজন

 


উত্তৰ-


 

১০। বাক্য ৰচনা কৰা ।

খ্যাতিমন্ত, উদ্‌গতি, পৃথিৱী, খনিকৰ, বৃথা

উত্তৰঃ

 খ্যাতিমন্ত: আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাক বৰ বিদ্যাৱন্ত আছিল । 

 উদগতি: জীৱনত যি উদ্‌গতি  কৰিব খোজে তেওঁ বিদ্যা অর্জন কৰিবই লাগিব । 

 পৃথিৱী: বিদ্যাহীন মানুহ পৃথিৱীত জীয়াই থাকিও মৰাৰ দৰা । 

 খনিকৰ: লিখনি থাকিলেও খনিকৰে আন্ধাৰ চিত্র আঁকিব নাৱাৰে । 

 বৃথা: বিদ্যাহীন জীৱন বৃথা বুলি সকলাৱে স্বীকাৰ কৰে


Lokesh Chandra Das Profile Image

About the Author

Lokesh Chandra Das is a passionate Teacher at Digital Pipal Academy. An expert in Chemistry, he creates engaging video lectures and offers insightful content to help students excel in their studies. Lokesh also specializes in typing and preparing educational material for the academy.

Note for Users

If you find any incorrect answers, please notify us via Instagram at @pipalacademy or email us at info@pipalacademy.com. For content that may infringe copyright, kindly refrain from copying our content. Thank you for supporting Digital Pipal Academy!

যদি আপুনি কোনো ভুল উত্তৰ পায়, অনুগ্ৰহ কৰি আমাক @pipalacademy ইনষ্টাগ্ৰামৰ জৰিয়তে অৱগত কৰক অথবা info@pipalacademy.com ইমেইলৰ মাধ্যমে আমাক যোগাযোগ কৰক। কপিৰাইট উলংঘা কৰিব পৰা বিষয়বস্তুৰ বাবে, আমাৰ বিষয়বস্তু কপি কৰাৰ পৰা বিৰত থাকক। ডিজিটেল পিপাল একাডেমীক সহায় কৰাৰ বাবে ধন্যবাদ!

Join Our WhatsApp Group

Author Picture

Sudev Chandra Das (B.Sc. Mathematics)

Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I've dedicated myself to guiding students toward better education. I believe, 'Success comes from preparation, hard work, and learning from failure.' Let’s embark on a journey of growth and digital excellence together!.



For any queries, feel free to reach us at info@pipalacademy.com.

 

Our website uses cookies to enhance your experience. Learn More
Accept !