SEBA Class 7 Assamese (MIL) Chapter 15: গড়গাওঁ – Questions and Answers by Digital Pipal Academy
Digital Pipal Academy presents comprehensive and accurate solutions for SEBA Class 7 Assamese (MIL) Chapter 15: গড়গাওঁ. These answers are designed by expert faculty to help students understand the historical and cultural significance of গড়গাওঁ, as highlighted in the chapter.
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group.
(যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা)
Join Our WhatsApp Group
Aligned with the Assam State Board syllabus for 2025-2026, our solutions cover all important questions to ensure students are well-prepared for their exams. With step-by-step explanations, students can build a strong understanding, write better answers, and achieve academic excellence. Trust Digital Pipal Academy for top-quality educational resources!
Class 7 Assamese Question Answer – All Chapters
Below are the chapters of Class 7 Assamese. Click on the chapter name to access the respective question-and-answer content:
- তেজৰে কমলাপতি
- কালিকা লগা পাট – কাপোৰ
- পণ্ডিত আনন্দৰাম বৰুৱা
- জনমভূমি
- বিজ্ঞান আৰু আমাৰ মানসিকতা
- নোকোৱাৰ পৰিণাম
- জতুৱাৰ জঁট
- মিছাইল মানৱ
- অসম
- প্ৰত্যাহ্বান
- গছ ভালপোৱা ককাৰ খং
- নামৰ বেবেৰিবাং
- প্ৰাকৃতিক দূৰ্যোগ
- বিদ্যা
- গড় গাঁও
গড়গাওঁ
৪) উত্তৰ লিখা ।
ক) গড়গাওঁ কবিতাটি কোনে ৰচনা কৰিছে ?
উত্তৰঃ- গড়গাওঁ কবিতাটি বিনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল ।
খ) গড়গাওঁ কবিতাটিৰ ৰচকজনক কি বুলি জনা যায় ?
উত্তৰঃ- গড়গাওঁ কবিতাটিৰ ৰচকজনক ধ্ৱনি কবি বুলি জনা যায় ।
গ) মাৰ - নাও বুলিলে কি বুজা ?
উত্তৰঃ- মাৰ নাও বুলিলে এখনৰ দাতিঁত আন এখন বান্ধি লোৱা যোৰ নাও ।
ঘ) কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা ?
উত্তৰঃ- ৰজাৰ আদেশত হোৱা কেইটামান কাম হ'ল - ধোদে ৰাজ আলি বান্ধে, কাৰেঙৰ দেৱাঁল গাঠেঁ আৰু বৰনাও মাৰে ।
ঙ) গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে ?
উত্তৰঃ- কাৰণ সেইখন ওলট্ - পালট্ দেশ তাত বিভিন্ন ঘটনা ঘটে। সেইবাবে কবিয়ে কৈছে গড়গাঁৱৰ কথা শুনি তল যাওঁ ।
৫) চমু উত্তৰ লিখা ।
ক) দিখৌৰ সোঁতত যোৱা, ভটিয়নী বল পোৱা , উভতিব খোজে মাৰ - নাও,
------ মাৰ -নাও উভতিব খোজাৰ কাৰণ কি ?
উত্তৰঃ গড়গাঁৱৰ সৌন্দৰ্য চাবৰ কাৰণে অধিক জোৰেৰে গৈ থকা মাৰ নাওবোৰ উভতি আহিব খোজে ।
খ) 'ওলট্-পালট্ দেশ , কথাৰে নহয় শেষ , কটাৰীৰো ডাবে তাৰ কাটে' বুলি কবিয়ে কি বুজাব খুজিছে ।
উত্তৰঃ আহোম ৰজাৰ দেশখন ৰজাসকলৰ প্ৰচেষ্টাৰ সৈতে এক প্ৰকাৰৰ ৰূপ আছিল আৰু কাহিনী কৈ ইয়াৰ কৃতিত্ববোৰ সমাপ্ত কৰাৰ এটা নতুন উপায় আছিল। কটা বালি কাটিবলৈ মানুহৰ বাবে কাম কৰাটো সম্ভৱ আছিল যিহেতু সম্ভৱ ।
গ) নাইদিন ,নাই ৰাতি , নাই পানী , নাই মাটি , আদেশ মাথোন হয় সাজ
------ কবিতাফাকিত থকা সাজ শব্দই কি বুজাইছে ?
উত্তৰঃ গড়গাঁৱত থকা অন্য়ান্য় ঘৰ-দুৱাৰ, কাৰেংঘৰ ইত্য়াদিক সুৰক্ষিত কৰিবৰ কাৰণে ৰাজধানী চাৰিওকাষৰ গড় সজা বুলি বুজাইছে ।
ঘ) অহা- যোৱা নাই তাত শেষ ;
জনে-জনে ভিন ভিন বেশ ।
------ এই কথাফাকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে ?
উত্তৰঃ এই কবিতাফাকিৰ মাজেৰে কবিয়ে ইয়াকে বুজাব বিচাৰিছে যে গড়গাঁও আৰু ইয়াত থকা কাৰেংঘৰ, ৰাজধানী ইত্য়াদি বিভিন্ন কীৰ্তিচিহ্ন চাবৰ কাৰণে পৰ্যটক সকলৰ আগমন ঘটে । ইয়াত বিভিন্ন ধৰণৰ লোক আহে আৰু ইয়াত অহা-যোৱা শেষ হৈ নাযায় ।
৭) তলৰ দফাত থকা খালী ঠাই পূৰ কৰা -
ক) বিদেশৰী চকু থিৰ ,স্বদেশীৰ ওখ শিৰ,
দেও -লগা মানুহৰ দেশ,
উজুটিত ভাগে দাঁত , কোঢ়ালত হৰে মাত,
অহা- যোৱা নাই তাত শেষ ;
জানে জানে ভিন্ ভিন্ বেশ ।
খ) সকলোৰে আছে কাম ,নোহোৱাৰ নাই কাম,
কাপুৰুষে সদা পায় লাজ ;
নাই দিন, নাই ৰাতি, নাই পানী, নাই মাটি ,
আদেশ যেন হয় সাজ,
ইচ্ছা যেন স্বৰ্গমহাৰাজ ।
৮) পাঠৰ পৰা অন্ত্যধ্ৱনি মিল থকা শব্দবোৰ লিখা ।
উদাহৰণ -
দেশ বেশ
ফালি লালী
নাও গাওঁ
কাটে ঘাটে
শেষ বেশ
থিৰ শিৰ
লাজ সাজ
হাত দাঁত
১১) বাক্য ৰচনা কৰা -
বাৰ ( সপ্তাহৰ বাৰ )
পাৰ ( নদীৰ পাৰ )
টকা ( টকা - পইচা )
বাৰ ( অ) ( সংখ্যা )
পাৰ ( অ ) (চৰাই )
টকা ( বাঁহৰ এবিধ বাদ্য )
উত্তৰঃ-
বাৰ ( সপ্তাহৰ বাৰ ) = সোমবাৰ দিনা আমি নগাওঁলৈ যাম ।
বাৰ ( অ ) সংখ্যা ) = এক দৰ্জনত বাৰতা থাকে ।
পাৰ ( নদীৰ পাৰ) = ৰহিমহঁতে নদীৰ পাৰত খানা খাবলৈ গৈছিল ।
পাৰ ( অ) ( চৰাই ) = আগৰ দিনত পাৰই দূৰণিলৈ চিঠি লৈ গৈছিল ।
টকা ( টকা - পইচা) = টকা - পইচা নিয়মমতে খৰচ কৰিব লাগে ।
টকা ( বাহঁৰ এহিধ বাদ্য ) = আমি ব'হাগ বিহুত টকা বজাওঁ ।
About the Author
Lokesh Chandra Das is a passionate Teacher at Digital Pipal Academy. An expert in Chemistry, he creates engaging video lectures and offers insightful content to help students excel in their studies. Lokesh also specializes in typing and preparing educational material for the academy.
Note for Users
If you find any incorrect answers, please notify us via Instagram at @pipalacademy or email us at info@pipalacademy.com. For content that may infringe copyright, kindly refrain from copying our content. Thank you for supporting Digital Pipal Academy!
যদি আপুনি কোনো ভুল উত্তৰ পায়, অনুগ্ৰহ কৰি আমাক @pipalacademy ইনষ্টাগ্ৰামৰ জৰিয়তে অৱগত কৰক অথবা info@pipalacademy.com ইমেইলৰ মাধ্যমে আমাক যোগাযোগ কৰক। কপিৰাইট উলংঘা কৰিব পৰা বিষয়বস্তুৰ বাবে, আমাৰ বিষয়বস্তু কপি কৰাৰ পৰা বিৰত থাকক। ডিজিটেল পিপাল একাডেমীক সহায় কৰাৰ বাবে ধন্যবাদ!
Join Our WhatsApp Group
Sudev Chandra Das (B.Sc. Mathematics)
Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I've dedicated myself to guiding students toward better education. I believe, 'Success comes from preparation, hard work, and learning from failure.' Let’s embark on a journey of growth and digital excellence together!.
For any queries, feel free to reach us at info@pipalacademy.com.