মিছাইল মানৱ Class 7 assamese lesson 8 question answer

Lokesh Chandra Das

Heading with Bright Purple Background
SEBA Class 7 Assamese Chapter 8: 'মিছাইল মানৱ' – Complete Questions and Answers

SEBA Class 7 Assamese (MIL) Chapter 8: মিছাইল মানৱ – Questions and Answers by Digital Pipal Academy

Digital Pipal Academy offers clear and detailed solutions for SEBA Class 7 Assamese (MIL) Chapter 8: মিছাইল মানৱ. Our expert faculty has designed these answers to help students understand the chapter’s themes, characters, and moral lessons in a simplified manner.

 

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group.

(যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা)

Join Our WhatsApp Group
 


Prepared according to the Assam State Board syllabus for 2025-2026, our solutions cover all significant questions to ensure effective exam preparation. With our comprehensive answers, students can enhance their understanding, write better answers, and excel in their exams. Rely on Digital Pipal Academy for the best learning resources!

Class 7 Assamese Question Answer – All Chapters

Below are the chapters of Class 7 Assamese. Click on the chapter name to access the respective question-and-answer content:

  1. তেজৰে কমলাপতি
  2. কালিকা লগা পাট – কাপোৰ
  3. পণ্ডিত আনন্দৰাম বৰুৱা
  4. জনমভূমি
  5. বিজ্ঞান আৰু আমাৰ মানসিকতা
  6. নোকোৱাৰ পৰিণাম
  7. জতুৱাৰ জঁট
  8. মিছাইল মানৱ
  9. অসম
  10. প্ৰত্যাহ্বান
  11. গছ ভালপোৱা ককাৰ খং
  12. নামৰ বেবেৰিবাং
  13. প্ৰাকৃতিক দূৰ্যোগ
  14. বিদ্যা
  15. গড় গাঁও

 

মিছাইল মানৱ

 

১) উত্তৰ দিয়া ।

 

(ক) 'মিছাইল মানৱ' নামেৰে কাক জনা যায় ?

উত্তৰঃ- 'মিছাইল মানৱ' নামেৰে এৰ'নেটিক ইঞ্জিনিয়াৰ আবুল পাকিৰ জয়নালআবেদীন  আব্দুল কালামক জনা যায়।

 

(খ) সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপন কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?

উত্তৰঃ- সফলতাৰে  ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপন কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ল - ৰোহিনী।

 

(গ) আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল ?

উত্তৰঃ- আব্দুল  কালামে শেষ নিশ্ৱাস  শ্বিলঙৰ ভাৰতীয় ব্য়ৱস্থাপনা  প্ৰতিষ্ঠানত ভাষণ দি থকা অৱস্থাতেই মৃত্যক আঁকোৱালী লৈছিল।

 

(ঘ) তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন কোন ?

উত্তৰঃ- তেখেতৰ মতে শিশুৰ ১৫ বছৰ বয়সলৈ পিতৃ- মাতৃ ,প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষক সকল আদৰ্শ নায়ক।

 

 

২) উত্তৰ দিয়া ।

 

(ক) সপোন দেখা , সপোন দেখা ,সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰতিয়েই হ'ল কাম- এই কথাষাৰি কোনে, কাক কৈছিল ?

উত্তৰঃ- এই কথাষাৰ আব্দুল কালামে অকণিহঁতক কৈছিল ।

 

(খ) তেখেত কি কি বিষয়ৰ অনুৰাগী  আছিল ?

উত্তৰঃ-  তেখেতে সহপাঠীসকলৰ সৈতে সাগৰৰ উপকূললৈ গৈছিল। তাত সাৰেং আৰু গঙা চিলনী চৰাই বোৰে আকাশী-পথত উৰি থকা প্ৰচেষ্টাক তেওঁ গভীৰভাৱে নিৰিক্ষণ কৰিছিল।তেওঁৰ এইবোৰ বিষয়ৰ অনুৰাগী আছিল।

 

(গ) আব্দুল কালামক  স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিল?

উত্তৰঃ- আব্দুল কালামক  স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উৰন্ত চৰাই জাকৰ ৰহস্য়ই প্ৰভাৱান্বিত কৰিছিল ।

 

(ঘ) মনে -প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল ?

উত্তৰঃ- মনে-প্ৰাণে ভাৰতক তেখেতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিছাৰিছিল।

 

৩) শব্দৰ লগত অৰ্থ মিলোৱা ।

উত্তৰঃ

উৎক্ষেপন     প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা

প্ৰজ্বলিত       বৰকৈ জ্বলা (জুই)

অভ্যন্তৰীণ    ভিতৰুৱা

বিচক্ষণ       অলংকাৰ

অদম্য         যাক দমাব  বা বশ কৰিব নোৱাৰিব             

দিগন্ত          দ্গিবলয়, আকাশৰ সীমা   

ভূষণ          পাৰ্গত, উত্তম      

নিৰীক্ষণ      দূৰৈৰ পৰা  ভালকৈ চোৱা 

 

৪) পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে '' আৰু '' ব্যৱহাৰ হৈছে কোৱা ।

 

প্ৰাণ ৰ পিছত হোৱাৰ বাবে ।

ভূষণ -ষ’ ৰ পিছত বহাৰ কাৰণে মূর্ধন্য – ‘ণ’ হৈছে। 

ৰোহিণী - , , ষ আৰু ন-ৰ মাজত কোনো স্বৰবৰ্ণ ; ক – বর্গ, প – বর্গ বা য, , , য় বা ‘্’ অনুস্বৰ থাকিলেও দন্ত্য ন মূর্ধন্য ‘ণ’ হৈছে ।

বিচক্ষণ - , , ষ আৰু ন-ৰ মাজত কোনো স্বৰবৰ্ণ ; ক – বর্গ, প – বর্গ বা য, , , য় বা ‘্’ অনুস্বৰ থাকিলেও দন্ত্য ন মূর্ধন্য ‘ণ’ হৈছে।

উৎক্ষেপন - , , ষ আৰু ন-ৰ মাজত কোনো স্বৰবৰ্ণ ; ক – বর্গ, প – বর্গ বা য, , , য় বা ‘্’ অনুস্বৰ থাকিলেও দন্ত্য ন মূর্ধন্য ‘ণ’ হৈছে।

অভ্যন্তৰীণ - , , ষ আৰু ন-ৰ মাজত কোনো স্বৰবৰ্ণ ; ক – বর্গ, প – বর্গ বা য, , , য় বা ‘্’ অনুস্বৰ থাকিলেও দন্ত্য ন মূর্ধন্য ‘ণ’ হৈছে।

 

৬) তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ  লিখা ।

জাগ্ৰত- নিন্দা

কৃত্ৰিম- প্ৰাকৃতিক

সুপ্ত- জাগি থকা

সফলতা - বিফলতা

উৎসাহ- নিৰুৎসাহ

অক্ষম- সক্ষম

 

৭) বাক্য ৰচনা কৰা ।

 

মণে-প্ৰাণে -  মণে -প্ৰাণে আব্দুল কালামে ভাৰতক এখন শক্তিশালী দেশ হোৱাটো বিচাৰিছিল ।

 

শয়নে সপোনে- ৰহিমে শয়নে সপোনে সি এটা ভাল গায়ক হ'ব বিচাৰিছে ।

 

আকাশী পথ- ৰকেট খন আকাশী পথত উৰা মাৰিছে ।

 

অদম্য ইচ্ছা- ৰামৰ এজন ভাল খেলোৱৈ হোৱাৰ অদম্য় ইচ্ছা আছে ।

 

বিনিময় - জোনবিল মেলাত বিনিময় প্ৰথাৰ দ্বাৰা বস্তু আদান-প্ৰদান কৰা হয়।


Lokesh Chandra Das Profile Image

About the Author

Lokesh Chandra Das is a passionate Teacher at Digital Pipal Academy. An expert in Chemistry, he creates engaging video lectures and offers insightful content to help students excel in their studies. Lokesh also specializes in typing and preparing educational material for the academy.

Note for Users

If you find any incorrect answers, please notify us via Instagram at @pipalacademy or email us at info@pipalacademy.com. For content that may infringe copyright, kindly refrain from copying our content. Thank you for supporting Digital Pipal Academy!

যদি আপুনি কোনো ভুল উত্তৰ পায়, অনুগ্ৰহ কৰি আমাক @pipalacademy ইনষ্টাগ্ৰামৰ জৰিয়তে অৱগত কৰক অথবা info@pipalacademy.com ইমেইলৰ মাধ্যমে আমাক যোগাযোগ কৰক। কপিৰাইট উলংঘা কৰিব পৰা বিষয়বস্তুৰ বাবে, আমাৰ বিষয়বস্তু কপি কৰাৰ পৰা বিৰত থাকক। ডিজিটেল পিপাল একাডেমীক সহায় কৰাৰ বাবে ধন্যবাদ!

Join Our WhatsApp Group

Author Picture

Sudev Chandra Das (B.Sc. Mathematics)

Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I've dedicated myself to guiding students toward better education. I believe, 'Success comes from preparation, hard work, and learning from failure.' Let’s embark on a journey of growth and digital excellence together!.


For any queries, feel free to reach us at info@pipalacademy.com.

 

Our website uses cookies to enhance your experience. Learn More
Accept !