SEBA Class 7 Assamese (MIL) Chapter 9: অসম – Questions and Answers by Digital Pipal Academy
Digital Pipal Academy provides detailed and easy-to-understand solutions for SEBA Class 7 Assamese (MIL) Chapter 9: অসম. Our expert faculty has prepared these answers to help students explore the beauty, culture, and significance of Assam as described in the chapter.
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group.
(যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা)
Join Our WhatsApp Group
Aligned with the Assam State Board syllabus for 2025-2026, our solutions cover all key questions, ensuring students are well-prepared for their exams. With our comprehensive approach, students can improve their understanding, enhance their answer writing, and perform well in exams. Count on Digital Pipal Academy for quality educational resources!
Class 7 Assamese Question Answer – All Chapters
Below are the chapters of Class 7 Assamese. Click on the chapter name to access the respective question-and-answer content:
- তেজৰে কমলাপতি
- কালিকা লগা পাট – কাপোৰ
- পণ্ডিত আনন্দৰাম বৰুৱা
- জনমভূমি
- বিজ্ঞান আৰু আমাৰ মানসিকতা
- নোকোৱাৰ পৰিণাম
- জতুৱাৰ জঁট
- মিছাইল মানৱ
- অসম
- প্ৰত্যাহ্বান
- গছ ভালপোৱা ককাৰ খং
- নামৰ বেবেৰিবাং
- প্ৰাকৃতিক দূৰ্যোগ
- বিদ্যা
- গড় গাঁও
অসম
২) উত্তৰ কোৱা
(ক) লেখকে কোনখন ঠাইক 'স্বৰ্গতো অধিক জনমভূমি' বুলি কৈছে ।
উত্তৰঃ- লেখকে অসমক স্বৰ্গতো অধিক জনমভূমি বুলি কৈছে ।
(খ) প্ৰাচীন কালত আমাৰ ৰাজ্য়ৰ কোন ছোৱাক সৌমাৰ পীঠ বোলা হৈছিল ?
উত্তৰঃ- প্ৰাচীন কালত আমাৰ ৰাজ্য়ৰ সুমেৰু বা দিৱলোকৰ তলত থকাৰ নিমিত্তে বোধকৰো এখণ্ডক সৌমাৰ পীঠ বোলা হৈছিল।
(গ) ইতিহাসৰ মতে কাৰ ৰাজত্ৱ কালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহম হ'ল ?
উত্তৰঃ- ইতিহাসৰ মতে অহোম সকলৰ ৰাজত্ৱ কালত এই ৰাজ্যৰ নাম অসম বা অহম হ'ল।
(ঘ) আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব ?
উত্তৰঃ- আমাৰ সকলো শক্তি স্ৱদেশৰ সেৱাত লগাব লাগিব ।
(ঙ) ইংৰাজ গৱৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল ?
উত্তৰঃ- ইংৰাজ গৱৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত ASAM বুলি লিখিছিল ।
(চ) অসমক কোনে অসমৰ দেশ বুলি কৈছিল ?
উত্তৰঃ- অসম জাতীয়ে এই দেশ অধিকাৰ কৰিলত ইয়াৰ নামো অসমৰ দেশ বা অসম দেশ হ'ল। মুছলমান বুৰঞ্জীলেখকেওঁ এই দেশক অসমৰ দেশ বুলি কৈছিল ।
৩) উত্তৰ লিখা ।
ক) প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তৃত আছিল ?
উত্তৰঃ- প্ৰাচীন কামৰূপৰ দক্ষিণে বঙ্গোপসাগৰ আৰু পশ্চিমে কৰতোৱালৈ আৰু মৈমনসিংহ জিলাৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ মৰা সুঁতি আছিল ।
খ) সৌম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক কি বোলা হৈছিল ।
উত্তৰঃ- সৌম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক সৌম্য় বা সোম বোলা হৈছিল।
গ) সৌমাৰৰ সোমসকলে স্বানজাতীয় লোকসকলক কি বুলি মাতিছিল ।
উত্তৰঃ- সৌমাৰৰ সোমসকলকে স্বানজাতীয় সোকসকলক আহোম বা অসম বুলি মাতিছিল ।
ঘ) চুকাফা ৰজাই কি পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল ।
উত্তৰঃ- চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল ।
৪ । 'ক ’ অংশৰ বাকচত থকা শব্দ কেইটাৰ অর্থ ‘ গ ’ অংশৰ বাকচত আছে । এতিয়া তাৰ পৰা উপযুক্ত অর্থ বিচাৰি ‘ খ ’ অংশৰ বাকচত লিখা ।
উত্তৰঃ-

৫৷ উত্তৰ লিখা ।
(ক) অসম নামৰ উৎপত্তি কেনেকৈ হ’ল ?
উত্তৰঃ পূৰ্বত, এই ভূমিক কামৰূপ আৰু প্ৰাগজ্য়োতিষ ৰাজ্য আৰু ইয়াৰ ৰাজধানী প্ৰাগ, পোহৰৰ চহৰ, গুৱাহাটী বা ইয়াৰ কাষৰীয়া অঞ্চল বুলি জনা গৈছিল। ১৩ শতিকাত এই ভূমি জয় কৰাৰ পিছত 'অসম' নামটো প্ৰৱৰ্তন কৰা হৈছিল।
(খ) বর্তমানৰ অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে ?
উত্তৰঃ বিভিন্ন ধৰণৰ জাতি-জনজাতিৰ সংযোগত বৰ্তমান অসমীয়া জাতিটো গঠিত হৈছে।
(গ) অসমীয়া জাতিক এটা আদর্শ জাতিৰূপে গঢ়িবলৈ আমি কি কি কৰা উচিত ?
উত্তৰঃ প্ৰথমতে আমাৰ ভাষা আৰু সাহিত্য়ৰ উন্নতি সাধন কৰিব লাগিব। সাধাৰণ শিক্ষাৰ সোঁত প্ৰৱলৰূপে বোৱাই দিব লাগিব, আৰু ধৰ্মনীতিৰ বিমল কিৰণেৰে গোটেইখন দেশক আলোকিত কৰিব লাগিব ।
(ঘ) অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কি কাম কৰিব লাগে ?
উত্তৰঃ আৰ্য্য় আৰু অনাৰ্য্য়ৰ সংমিশ্ৰণত, অনেক জাতি আৰু উপজাতি মিলি বৰ্তমান অসমীয়া জাতি গঠিত হৈছে। অসমৰ ভাষা, সাহিত্য়, বুৰঞ্জী, লোকতত্ত্ব, সমাজতত্ত্ব প্ৰভৃতি বিষয় সকলো আমোদৰ, বিশেষকৈ শিক্ষিত ডেকাসকলৰ আলোচনা আৰু অনুসন্ধানৰ বিষয় হ'ব লাগে। পুৰণি সাধু, পটন্তৰ, ফকৰা, সাঁথৰ, নাম, গীত, মালিতা, ভাওনা, সবাহ, ক্ৰীড়া-কৌতুক, পুৰণি মন্দিৰ, দৌল, দেৱালয় আদিৰ তথ্য় সংগ্ৰহ কৰা উচিত ।
৬) বিভিন্ন কালত অসমক কি কি নামেৰে জনা গৈছিল , ক - অংশৰ লগত খ অংশ মিলোৱা ।

৭। তলৰ কথা কেইশাৰীৰ তাৎপর্য বহলাই লিখো আহা —
(ক) “ আগেয়ে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰ নৈৰ নিচিনা বেগৱতী কৰিব পাৰিলে নিজৰাই নিজে গৈ সাগৰৰ লগত মিলিব পাৰিব ।
উত্তৰঃ- এই কথাষাৰৰ অৰ্থ হ'ল প্ৰথমে নিজৰ সৰু কামটোক ডাঙৰ কামৰ নিচিনাকৈ কৰিলে সেই সৰু কামটোৱেই এদিন ডাঙৰ কাম হৈ পৰিব অৰ্থাৎ আমি যদি সাধাৰণ কাম এটাক সহজে হ'ব বুলি ভাবি এৰি দিব নালাগে যদি আমি সাধাৰণ কামটোক ডাঙৰ কামৰ নিচিনাকৈ কষ্ট কৰি কৰো সেয়াই এদিন অধিক ডাঙৰ কামৰ সমান হৈ পৰিব ।
৮) অসম ’ পাঠটিৰ পৰা তলৰ শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা ।
উত্তৰঃ-
পৰাধীন - স্ৱাধীন ।
অসন্তোষ - সন্তোষ ।
বিদেশ - স্বদেশ ।
অনুচিত - উচিত ।
নিৰানন্দ - আনন্দ ।
বৰ্জন - নিৰ্বজন ।
৯) সন্ধি গঠন কৰা আৰু ভাঙা ।
যথাৰ্থ = যথা + অৰ্থ ।
বিদ্যালয় = বিদ্যা + আলয়।
উদগতি = উৎ + গতি ।
উৎযাপন = উৎ + যাপন ।
দেৱালয় = দেৱা + আলয় ।
নৰেন্দ্ৰ = নৰে + অন্দ্ৰ ।
উন্নতি = উন্ন + অতি ।
উদ্ভৱ = উৎ + ভৱ ।

About the Author
Lokesh Chandra Das is a passionate Teacher at Digital Pipal Academy. An expert in Chemistry, he creates engaging video lectures and offers insightful content to help students excel in their studies. Lokesh also specializes in typing and preparing educational material for the academy.
Note for Users
If you find any incorrect answers, please notify us via Instagram at @pipalacademy or email us at info@pipalacademy.com. For content that may infringe copyright, kindly refrain from copying our content. Thank you for supporting Digital Pipal Academy!
যদি আপুনি কোনো ভুল উত্তৰ পায়, অনুগ্ৰহ কৰি আমাক @pipalacademy ইনষ্টাগ্ৰামৰ জৰিয়তে অৱগত কৰক অথবা info@pipalacademy.com ইমেইলৰ মাধ্যমে আমাক যোগাযোগ কৰক। কপিৰাইট উলংঘা কৰিব পৰা বিষয়বস্তুৰ বাবে, আমাৰ বিষয়বস্তু কপি কৰাৰ পৰা বিৰত থাকক। ডিজিটেল পিপাল একাডেমীক সহায় কৰাৰ বাবে ধন্যবাদ!
Join Our WhatsApp Group

Sudev Chandra Das (B.Sc. Mathematics)
Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I've dedicated myself to guiding students toward better education. I believe, 'Success comes from preparation, hard work, and learning from failure.' Let’s embark on a journey of growth and digital excellence together!.
For any queries, feel free to reach us at info@pipalacademy.com.