মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ Class 7 Social Science Chapter 14 Solution in Assamese Medium.

Lokesh Chandra Das

 

মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ


১। উত্তৰ দিয়া-

ক) সমল বুলিলে কি বুজা ?

উত্তৰঃ যিটোৰ পৰা আমি সঠিক শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য আহৰণ কৰিব পাৰো তাকেই সমল বোলে ।

খ) লিখিত সমল মানে কি ?

উত্তৰঃ অধ্য়্যন কৰিব লগা সময়খিনিত ৰচিত গ্ৰন্থ, লিপিবদ্ধ ৰাজকীয় তথ্য, আন নথিভূক্ত তথ্য় আদিক লিখিত সমল বোলে ।  

গ) তুৰ্কী-আফগানসকল ক'ৰপৰা ভাৰতলৈ আহিছিল ?

উত্তৰঃ  এচিয়াৰ পৰা ভাৰতলৈ আহিছিল

ঘ) UNESCO ৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা লিখা

উত্তৰঃ UNESCO ৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা হ'ল- ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা

 

ঙ) ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোনে বিশেষ ভূমিকা পালন কৰি আহিছে ?

উত্তৰঃ ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহেও এনে ৰক্ষণাবেক্ষণত বিশেষ ভূমিকা পালন কৰে



২। খালী ঠাই পূৰ কৰা-

ক) আবুল ফজলে আইন ই আকবৰী ৰচনা কৰিছিল

খ) ইবন বটুটা মৰক্কোৰ দেশৰ পৰিব্ৰাজক আছিল

গ) প্ৰাচীন বিজয়নগৰৰ স্মৃতিচিহ্ন বৰ্তমান হাম্পী চহৰত আছে

ঘ) ৰংঘৰ শিৱসাগৰ জিলাত আছে

ঙ) ৰূপী নামৰ মুদ্ৰা চুলতান ছেৰছাহে প্ৰচলন কৰিছিল

৩। শুদ্ধনে অশুদ্ধ বিচাৰ কৰা-

ক) জয়পুৰৰ দুৰ্গসমূহে ৰাজপুত ৰজাসকলৰ শৌৰ্য প্ৰকাশ নকৰে

উত্তৰঃ অশুদ্ধ

খ) গুলবদন বেগমে হুমায়ুন নামা গ্ৰন্থৰ ৰচনা কৰিছিল

উত্তৰঃ শুদ্ধ

গ) কানাই বৰশী শিলালিপি মিজোৰামত আছে

উত্তৰঃ অশুদ্ধ

ঘ) মুদ্ৰা হ'ল এক প্ৰত্নতাত্বিক সমল

উত্তৰঃ অশুদ্ধ

ঙ) ৰাইগড় দূৰ্গ মাৰাথাসকলৰ ঐতিহাসিক স্মৃতিচিহ্ন

উত্তৰঃ অশুদ্ধ



৪। পাঠৰ আলমত তলৰ তালিকাখন পূৰ কৰা-

উত্তৰঃ তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম - মৰক্কোৰ ইবন বটুটা, উজবেকিস্তানৰ আলবেৰুনী, ইউৰোপৰ মাৰ্ক
মধ্যযুগত নিৰ্মিত তিনিটা স্মৃতিচিহ্ন - আগ্ৰাৰ তাজমহল, ফাটেহপুৰ চিক্ৰি, কুটুবক্ষেত্ৰ ।

তিনিজন দেশীয় লেখকৰ নাম   - জিয়াউদ্দিন বাৰানী, আবুল ফজল, গুলবদন বেগম



৬) মধ্যযুগত নিৰ্মিত পাঁচটা বিশ্ৱ ঐতিহ্য ক্ষেত্ৰৰ নাম উল্লেখ কৰা

উত্তৰঃ মধ্যযুগত নিৰ্মিত পাঁচটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম হ'ল- আগ্ৰাৰ তাজমহল আৰু আগ্ৰাফ'ৰ্ট, হাম্পীৰ স্মৃতিচিহ্নসমূহ, ফাটেহপুৰ চিক্ৰি, দাক্ষিণাত্যৰ চোলা মন্দিৰসমূহ, কুটুবক্ষেত্ৰ, হুমায়ুনৰ সমাধি, লালকিল্লা, জয়পুৰৰ যন্তৰ-মন্তৰ ।                                                                                                              

 

 

Our website uses cookies to enhance your experience. Learn More
Accept !