The Board of Secondary Education, Assam Class 10 Maths textbook Solution Assamese medium.
বহুপদ ( Polynomials ) দ্ধিতীয় অধ্যায় । এই অধ্যায়ত আমি অনুশীলনী 2.1 (Exercise 2.1) , অনুশীলনী 2.2 (Exercise 2.2), অনুশীলনী 2.3 (Exercise 2.3), অনুশীলনী 2.4 (Exercise 2.4), সকলো প্ৰশ্নৰ উত্তৰ অতি সহজ পদ্ধতিৰে দিবলৈ যত্ন কৰিছো ।
NCERT text book solution (Assamese Medium)
Topics & Sub Topic ( বহুপদ) |
|
Section
Name |
Topic Name |
2.1 |
অৱতাৰণা |
2.2 |
বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ |
2.3 |
এটা বহুপদৰ শূন্য আৰু
সহগৰ মাজৰ সম্পৰ্ক |
2.4 |
বহুপদৰ বিভাজন কলনবিধি |
টোকা ( Note ) :-
Ø যদি x অত p(x) বহুপদ , তেন্তে p(x) অত x অৰ উচ্চতম ঘাতটোকে p(x) বহুপদটোৰ (Polynomials ) মাত্ৰা বোলা হয় ।
বহুপদ পাঠটোৰ সকলো সমাধান তলত দিয়া লিংকত ল্কিক কৰি
চাব পাৰিবা ।
Polynomials (বহুপদ) |
|
Polynomials (বহুপদ) |
|
Polynomials (বহুপদ) |
|
Polynomials (বহুপদ) |
Exercise 2.4 |
coming soon