Class 10 Mathe Chepter 2 Solution in assamese medium. বহুপদ ( Polynomials )

The Board of Secondary Education, Assam Class 10 Maths textbook   Solution Assamese medium. 


বহুপদ ( Polynomials ) দ্ধিতীয় অধ্যায় । এই অধ্যায়ত আমি অনুশীলনী 2.1 (Exercise 2.1) , অনুশীলনী 2.2 (Exercise 2.2), অনুশীলনী 2.3 (Exercise 2.3), অনুশীলনী 2.4 (Exercise 2.4), সকলো প্ৰশ্নৰ উত্তৰ  অতি সহজ পদ্ধতিৰে দিবলৈ  যত্ন কৰিছো । 

NCERT text book solution (Assamese Medium)

Topics & Sub Topic (  বহুপদ)

Section Name

Topic Name

2.1

অৱতাৰণা

2.2

বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ

2.3

এটা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক

2.4

বহুপদৰ বিভাজন কলনবিধি




   টোকা ( Note ) :-

  Ø যদি  x অত p(x)  বহুপদ , তেন্তে p(x)  অত x অৰ উচ্চতম ঘাতটোকে  p(x)   বহুপদটোৰ (Polynomials ) মাত্ৰা বোলা হয় ।


বহুপদ পাঠটোৰ সকলো সমাধান তলত দিয়া লিংকত ল্কিক কৰি চাব পাৰিবা ।

Polynomials (বহুপদ)

Exercise 2.1

Polynomials (বহুপদ)

Exercise 2.2

Polynomials (বহুপদ)

Exercise 2.3

Polynomials (বহুপদ)

Exercise 2.4




coming soon