Class 10 Maths Chapter 5 Arithmetic Progression Solutions in Assamese Medium

NCERT Textbook Solutions in Assamese medium for Class 10 Maths Chapter 5 Arithmetic Progression


NCERT textbook Solutions for class 10 Maths Chapter 5 Arithmetic Progression. Arithmetic Progression in Assamese medium. We Solved Chapter 5 Arithmetic Progression solutions in  Assamese Medium  for Class 10 Mathematics. We are provide here to help the students easily understand all the concepts. We solved all exercise for class 10 maths chapter 5 in Assamese Medium. We easily solved Class 10 maths Exercise 5.1, Class 10 Maths Exercise 5.2 solutions in Assamese medium, Class 10 maths exercise 5.3 solutions in  Assamese medium and Class 10 maths 5.4 solutions  in Assamese medium.

 


দশম শ্ৰেণীৰ গণিতৰ সমাধানঃ

দ্ধিঘাত সমীকৰণ অধ্যায় ৰ সকলো সমাধান আমি অনলাইন শীক্ষাৰ্থৰ বা উপলদ্ধ হোৱাকৈ দশম শ্ৰেণীৰ গণিতৰ সমান্তৰ প্ৰগতি  অধ্যায়ৰ সমস্যাবোৰ কৰিলো । এই অধ্যায়ৰ অনুশীলনী 5.1অনুশীলনী 5.2অনুশীলনী 5.3 আৰু অনুশীলনী 5.4    সমাধানবোৰ আগবঢ়ালো ।

দশম শ্ৰেণীৰ গণিতৰ সমাধানঃ  সকলো সমাধান তলত দিয়া Solutions Link ত লিংকত ল্কিক কৰি চাব পাৰিবা ।

Arithmetic ProgressionSolutions Link
Exercise 5.1 (অনুশীলনী 5.1)সমাধান
Exercise 5.2 (অনুশীলনী 5.2)সমাধান
Exercise 5.3 (অনুশীলনী 5.3)সমাধান
Exercise 5.4 (অনুশীলনী 5.4)সমাধান



পঢ়ৱৈলৈ কিছুমান টোকা

    1.  এটা সমান্তৰ প্ৰগতি কিছুমান সংখ্যাৰ এখন তালিকা যাৰ প্ৰথম পদটোক বাদ দি আন প্ৰতিটো পদেই আগৰ পদটোৰ লগত এটা সংখ্যা d যোগ কৰি পোৱা যায় । এই নিৰ্দিষ্ট সংখ্যা d ক সাদাৰণ অন্তৰ বোলে । এটা APৰ সাদাৰণ আৰ্হি হ a, a + d, a + 2d, a + 3d, ......

    2.  a1, a2, a3, ...... সংখ্যাএবিলাকৰ তালিকাখন AP ব যদিহে a2 – a1, a3 – a2, a4 – a3, ......ৰ মান একে হয়, অৰ্থাৎ kৰ মান বিভিন্ন মানৰ বাবে ak + 1 – ak একে হয় ।

    3.  এটা APৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ dলে তাৰ nতম পদটো (বা সাধাৰণ পদটো) হan = a + (n – 1) d.

    4.  এটা APnটা পদৰ যোগফলটো হS = n/2[2a+(n-1)d]

    5.  যদি এটা APৰ অন্তিম পদটো (ধৰি লোৱা nতম পদটো) l হয় তেন্তে APটোৰ সকলো পদৰ যোগফলটো হব, S = n/2(a + l)



Class 10 Maths Assamese Medium questions Answer

Class 10 Assamese medium All Book solutions in Assamese Medium. Class 10 Mathematics soutions in Assamese Medium. Class 10 Mathematics Chapter 5  solution in Assamese Medium Class 10 Maths Assamese Medium.