Class 10 Maths Revision Chapter SEBA class 10 Maths Solution Assamese medium .

পুণৰালোচনা Class 10

SEBA class 10 Maths Solution Assamese medium . Class 10 Maths Revision Chapter . Class 10 maths assamese medium question answer

The Board of Secondary Education, Assam Class 10 Maths textbook   Solution Assamese medium. seba class 10 maths solution assamese medium.

 

পুণৰালোচনা ( Revision )

 

পুণৰালোচনা (Revision অধ্যায় । এই অধ্যায়ত আমি অনুশীলনী R-1 (Exercise R-1) , অনুশীলনী R-2 (Exercise R-2), অনুশীলনী R-3 (Exercise R-3), অনুশীলনী R-4 (Exercise R-4), অনুশীলনী R-5 (Exercise R-5), অনুশীলনী R-6 (Exercise R-6),  সকলো প্ৰশ্নৰ উত্তৰ  অতি সহজ পদ্ধতিৰে দিবলৈ  যত্ন কৰিছো । 


 

NCERT text book solution (Assamese Medium)

Topics & Sub Topic (  বহুপদ)

Section Name

Topic Name

প্ৰথম খণ্ড

সমানুপাত

দ্বিতীয় খণ্ড

বৰ্গ আৰু বৰ্গমূল

ঘন আৰু ঘনমূল

সূচক আৰু ঘাত

তৃতীয় খণ্ড

পৰিমিতি



   টোকা ( Note ) :-

 

সমানুপাত (Proportion )

·       সমানুপাত হৈছে দুটা অনুপাতৰ সমতা বা তুলনা ।

যেনে –: a : b = x : y এটা সমানুপাত ।

·       যদি a : b = c : d, তেন্তে a, b, c, d ; ৰাশি কেইটা সমানুপাত থকা বুলি কোৱা হয় ।ইয়াক a : b : c : d, এনেদৰে লিখা হয় ।

ইয়াত, a : b = c : d a/b = c/d

                 ad = bc

অৰ্থাa, b, c, d সমানুপাতত থাকিলে

প্ৰান্ত দুটাৰ পুৰণফল  = মাধ্য দুটাৰ পুৰণফল

 


 

পুণৰালোচনা পাঠটোৰ সকলো সমাধান তলত দিয়া Solutions Link ত লিংকত ল্কিক কৰি চাব পাৰিবা ।

 পুণৰালাচনা ( Revision )

 
পুণৰালোচনা Solutions Link
অনুশীলনী R-1 (Exercise R-1) সমাধান
অনুশীলনী R-2 (Exercise R-2) সমাধান
অনুশীলনী R-3 (Exercise R-3) সমাধান
অনুশীলনী R-4 (Exercise R-4) সমাধান
অনুশীলনী R-5 (Exercise R-5) সমাধান
অনুশীলনী R-6 (Exercise R-6) সমাধান

 


Class 10 Mathematics Revision Chapter in Assamese

Revision Chapter all Exercise solutions in Assamese Medium. We solved Class 10 revision exercise R-1, R-2, R-3, R-4, R-5 And R-6. Class 10 Maths solution in Assamese medium.

 টোকা ( Note ) :-

প্ৰত্যক্ষ সমানুপাতিক: দুটা ৰাশি x আৰু y ক প্ৰত্যক্ষ সমানুপাতিক বুলি কোৱা হব যদিহে সিহঁতৰ হ্ৰাস বা বৃদ্ধিৰ অনুপাতৰ মান অপৰিবৰ্তনীয় বা ধ্ৰুৱক হয় ।

অৰ্থাৎ x/y=k  [যত, k এটা ধনাত্মক সংখ্যা] । তেতিয়া x আৰু y ৰ পত্যক্ষভাৱে পৰিবৰ্তন হোৱা বুলি কোৱা হয় ।এনে ক্ষেত্ৰত যদি x ৰ দুটা মান x1, x2 ৰ অনুৰূপ মান ক্ৰমে y1, y2 হয় তেন্তে x1/y1=x2/y2 ব।

ইয়াকে বুজোৱা হয় এনেদৰে  x∝y

ব্যস্ত সমানুপাত : দুটা ৰাশি x আৰু yব্যস্ত সমানুপাতিক বুলি কোৱা হব যদিহে x ৰ মান  বৃদ্ধি হলে y ৰ মান সমানুপাতিকভাৱে হ্ৰাস হয় আৰু বিপৰীত ক্ৰমে x ৰ মান হ্ৰাস হলে y ৰ মান সমানুপাতিকভাৱে বৃদ্ধি হয় ।

অৰ্থাৎ, যদি xy = k তেন্তে x আৰু y ক ব্যস্ত সমানুপাতিক বুলি কোৱা হয় ।এইক্ষেত্ৰত যদি x ৰ দুটা মান x1, x2 ৰ বাবে y ৰ অনুৰূপ মান y1, y2 হয়  তেন্তে   x1/y1=x2/ y2 বা x1/x2 =y2/y1  হব ।

ইয়াক লিখা হয় x∝1/y

 

 

 

উদাহৰণঃ 5 জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে । কিমানজন মানুহে সেই কামটো 1 দিনত কৰিব পাৰিব ?

সমাধানঃ

আমি জানো যে মানুহ বাঢ়িলে সময় কমে । গতিকে মানুহৰ সংখ্যা আৰু সময় ব্যস্তানুপাতত থাকিব ।

ধৰোঁ, x2 জন মানুহে কামটো 1 দিনত কৰিব পাৰিব।

x (মানুহ)

5

x2

y (সময় । দিন হিচাপত)

20

1

 

সম্বন্ধটো এটা ব্যস্তনুপাতিক

গতিকে,

 x1 y1= x2 y2
∴5×20= x2×1
∴x2=5×20=100
∴100 জন মানুহে 1 দিনত কামটো কৰিব পাৰিব ।