Class 9 maths chapter 9 solutions in Assamese Medium

NCERT Textbook Solutions in Assamese medium for Class 9 Maths Chapter 9 Areas of parallelograms and Triangles


NCERT textbook Solutions for class 9 Maths Chapter 9 Areas of parallelograms and Triangles. Areas of parallelograms and Triangles in Assamese medium. We Solved Chapter 9 Areas of parallelograms Triangles solutions in  Assamese Medium  for Class 9 Mathematics. We are provide here to help the students easily understand all the concepts. We solved all exercise for class 9 maths chapter 9 in Assamese Medium. We easily solved Class 9 maths Exercise 9.1, Class 9 Maths Exercise 9.2 solutions in Assamese medium, Class 9 maths exercise 9.3 solutions in  Assamese medium and Class 9 maths 9.4 solutions  in Assamese medium.

 


নৱম শ্ৰেণীৰ গণিতৰ সমাধানঃ

সামান্তৰিক আৰু ত্ৰিভুজৰ কালি ৰ সকলো সমাধান আমি অনলাইন শীক্ষাৰ্থৰ বা উপলদ্ধ হোৱাকৈ নৱম শ্ৰেণীৰ গণিতৰ সামান্তৰিক আৰু ত্ৰিভুজৰ কালি  অধ্যায়ৰ সমস্যাবোৰ কৰিলো । এই অধ্যায়ৰ অনুশীলনী 9.1অনুশীলনী 9.2অনুশীলনী 9.3 আৰু অনুশীলনী 9.4    সমাধানবোৰ আগবঢ়ালো ।

নৱম শ্ৰেণীৰ গণিতৰ সমাধানঃ  সকলো সমাধান তলত দিয়া Solutions Link ত লিংকত ল্কিক কৰি চাব পাৰিবা ।

Areas of parallelograms and TrianglesSolutions Link
Exercise 9.1 (অনুশীলনী 9.1)সমাধান
Exercise 9.2 (অনুশীলনী 9.2)সমাধান
Exercise 9.3 (অনুশীলনী 9.3)সমাধান
Exercise 9.4 (অনুশীলনী 9.4)সমাধান




পঢ়িবলৈ কিছুমান টোকা

শিক্ষাৰ্থী শিকিবলগীয়া কিছু কথাঃ

     1.   এটা চিত্ৰই আগুৰা সমতলখনৰ অংশৰ সৈতে জড়িত কালি বা ক্ষেত্ৰফল (কোনো এককত) হৈচে এটা সংখ্যা ।

     2.   দুটা সৰ্বংগসম চিত্ৰ কালি সমান কিন্ত ইয়াৰ বিপৰীতটো সত্য নহবও পাৰে ।

     3.   যদি এটা চিত্ৰ T  য়ে গঠিত সামতলিক ক্ষেত্ৰ দুটা চিত্ৰ P আৰু Q ৰ সমতল ক্ষেত্ৰৰদ্বাৰা গঠিত ওপৰা-ওপৰি নোহোৱা ক্ষেত্ৰ হ, তেন্তে কালি (T) = কালি  (P) + কালি  (Q), যত কালি  (T) হৈছে চিত্ৰ- T  কালি ।

       4.   দুটা চিত্ৰক একে ভূমি আৰু সমান্তৰালৰ মাজত থকা বুলি কোৱা হয়, যদি সিহঁতৰ এটা সাধাৰণ ভূমি (বাহু) থাকে আৰু প্ৰতিটো চিত্ৰৰ সাধাৰণ ভূমমিৰ বিপৰীতে থকা শীৰ্ষবিন্দুকেইটা ভূমিৰ সমান্তাৰাল ৰেখা এডালত থাকে ।

    5.   একে ভূমি (সমান ভূমি) আৰু একে সমান্তৰালৰ মাজত থকা সামান্তৰিকবোৰৰ কালি সমান ।

       6.   সমান্তৰিকৰ কালি হ  ভূমি আৰু সামান্তৰিকটোৰ উচ্চতাৰ পূৰণফল ।

       7.   একে ভূমি (বা সমান ভূমি) বিশিষ্ট আৰু একে সমান্তৰালৰ মাজত থাকে, তেন্তে ত্ৰিভূজৰ কালি সমান্তৰালৰ মাজত অৱস্থিত

     8.    যদি সমান্তৰিক আৰু এটা ত্ৰিভূজ একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে, কিন্ত ত্ৰিভূজৰ কালি সামন্তৰিকৰ কালিৰ আধা।



    9.   একে ভূমি (বা সমান ভূমি ) আৰু একে সমান্তৰালৰ মাজত থাকে ত্ৰিভূজবোৰৰ কালি সমান ।

      10.                    এটা ত্ৰিভূজৰ কালি ইয়াৰ ভূমি আৰু অনুৰূপ উচ্চতাৰ পূৰণফলৰ সমান ।

     11.                    একে কালি বিশিষ্ট আৰু একে ভূমি (বা সমান ভূমি)  বিশিষ্ট ত্ৰিভূজবোৰ একে সমান্তৰালৰ মাজত থাকে ।

      12.                    এটা তিৰভূজৰ মধ্যমাই ত্ৰিভূজটোক দুটা সমান কালিৰ ত্ৰিভূজত ভাগ কৰে ।


Published  By Abhiman Das



Class 9 Maths Assamese Medium questions Answer

Class 9 Assamese medium All Book solutions in Assamese Medium. Class 9 Mathematics soutions in Assamese Medium. Class 9 Mathematics Chapter 9  solution in Assamese Medium Class 9 Maths Assamese Medium.