NCERT Textbook Solutions in Assamese medium for Class 10 Maths Chapter 10 Circles

NCERT Textbook Solutions in Assamese medium for Class 10 Maths Chapter 10 Circles


NCERT textbook Solutions for class 10 Maths Chapter 10 Circles. Circles in Assamese medium. We Solved Chapter 10 Circles solutions in  Assamese Medium  for Class 10 Mathematics. We are provide here to help the students easily understand all the concepts. We solved all exercise for class 10 maths chapter 10 in Assamese Medium. We easily solved Class 10 maths Exercise 10.1 and Class 10 Maths Exercise 10.2 solutions in Assamese medium.

 


দশম শ্ৰেণীৰ গণিতৰ সমাধানঃ

বৃত্ত ৰ সকলো সমাধান আমি অনলাইন শীক্ষাৰ্থৰ বা উপলদ্ধ হোৱাকৈ দশম শ্ৰেণীৰ গণিতৰ বৃ্ত্ত  অধ্যায়ৰ সমস্যাবোৰ কৰিলো । এই অধ্যায়ৰ অনুশীলনী 10.1অনুশীলনী আৰু অনুশীলনী 10.2    সমাধানবোৰ আগবঢ়ালো ।

দশম শ্ৰেণীৰ গণিতৰ সমাধানঃ  সকলো সমাধান তলত দিয়া Solutions Link ত লিংকত ল্কিক কৰি চাব পাৰিবা ।


CirclesSolutions Link
Exercise 10.1 (অনুশীলনী 10.1)সমাধান
Exercise 10.2 (অনুশীলনী 10.2)সমাধান





পঢ়ৱৈলৈ কিছুমান টোকা

বৃত্তৰ স্পৰ্শকঃ* এডাল ৰেখা যিয়ে বৃত্তটোক মাত্ৰ এটা বিন্দুত ছেদ কৰে তাকে বৃত্তৰ স্পৰ্শক বোলে ।

বৃত্তৰ স্পৰ্শবিন্দুঃ স্পৰ্শক আৰু বৃত্তৰ উমৈহতীয়া বিন্দুটোক বৃত্তৰ স্পৰ্শবিন্দু বোলে ।

বৃত্তৰ ছেদকঃ এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা এডাল ৰেখাক বৃত্তৰ ছেদক বোলে ।

উপপাদ্যঃ 1 এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্দ্ধৰ লম্ব ।

উপপাদ্যঃ 2 এটা বহিঃ বিন্দুৰপৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ সমান ।

       ·  ‘tangent’ (স্পৰ্শক) শব্দটো লেটিন ভাষাৰ শব্দ (tangere) শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে স্পৰ্শ কৰা আৰু ইয়াক প্ৰথমে ডেনিছ গণিজ্ঞ থমাছ ফিনেকে (Thomas Fineke) 1583 চনত ব্যৱহাৰ কৰিছিল ।



Class 10 Maths Assamese Medium questions Answer

Class 10 Assamese medium All Book solutions in Assamese Medium. Class 10 Mathematics soutions in Assamese Medium. Class 10 Mathematics Chapter 10  solution in Assamese Medium Class 10 Maths Assamese Medium.